
🛑 গছ কাটি গুৱাহাটীৰ উন্নয়ন কৰিবলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ
🛑 নিশাৰ ভিতৰতে গুৱাহাটীৰ বহু গছ কাটি তহিলং কৰিলে চৰকাৰে
🛑 ৰুক্মিণী গাঁৱৰ পথৰ দাঁতিৰ গছ-গছনি কাটি পেলালে ৰাতিৰ ভিতৰতে
🛑 উৰণ সেতুৰ নিৰ্মাণৰ নামত বন ধ্বংস চৰকাৰৰ