চিন্তা নকৰিব, মই সুস্থ, সকলোকে লগ পাম

জুবিন গাৰ্গেই নিজেই ক’লে ‘মই ভালে আছো’৷ সাংবাদিকৰ কেমেৰাৰ সন্মুখত এই কথা কয় জুবিন গাৰ্গে৷ হঠাতে অসুস্থ হোৱাত জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে৷ নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষৰ মতে, জুবিনৰ ছিজাৰ এটেক অহাত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয়। বিশেষজ্ঞ চিকিৎসকৰ দল এটাই জুবিনক নিৰীক্ষণ কৰি আছে৷ জুবিনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আৰু নিয়মীয়া ঔষধ সেৱন নকৰাত অসুস্থ হৈছিল জুবিন। অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। তাৰ মাজতে জুবিনে কয় যে চিন্তা নকৰিব মই বৰ্তমান সুস্থ৷ চিন্তা নকৰিব, মই ভালে আছো, লগ পাম৷

 

  • Related Posts

    পেহেলগাম ঘটনাক লৈ সাম্প্ৰদায়িক মন্তব্য কৰা সমগ্ৰ অসমত ৫ জনক গ্ৰেপ্তাৰ

    পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ জঘন্য আক্ৰমণৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে। এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত। এই বিষয়ত জড়িত কেইবাজনো লোকক অসম আৰক্ষীয়ে…

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…