জিলা পৰিষদত ১৭০ খনত বিজেপি, ১৫ খনত কংগ্ৰেছ জয়ী

আজি পুৱাৰে পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হৈছে৷ বিটিআৰ, ডিমা হাচাও স্বায়ত্ব শাসিত আৰু কাৰ্বি স্বায়ত্ব শাসিত এলেকাত বাহিৰে বাকী সকলো ঠাইতে অনুষ্ঠিত পঞাচত নিৰ্বাচনৰ ভোট গণনা পুৱাৰে পৰা অনুষ্ঠিত হয়৷ পঞ্চায়ত নিৰ্বাচনত ফলাফল অনুসৰি বিজেপিৰ ‘মেজিক’ চলে৷ বিৰোধীৰ অৱস্থা তথৈবচ দেখা যায়৷ কংগ্ৰেছৰ অৱস্থা অত্যাধিক বেয়া দেখা গৈছে৷ সংখ্যালঘূ এলেকাতে কংগ্ৰেছে ভাল ফলাফল কৰিব পৰা নাই৷ আনহাতে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে খুব বেছি ভাল ফলাফল কৰিব পৰা নাই৷ ফলাফল অনুসৰি জিলা পৰিষদৰ মুঠ আসন হৈছে ৩৯৭ খন৷ জিলা পৰিষদত ১৭০ খনত বিজেপিয়ে লাভ কৰিছে৷ কংগ্ৰেছে লাভ কৰিছে ১৫ খন৷ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ সংখ্যা হৈছে ২১৯২৷ ইয়াৰে বিজেপি-অগপৰ মিত্ৰজোঁটে ৬০০ খন, কংগ্ৰেছে ৬২, ৰাইজৰ দল ৫, অজাপ ৫ আৰু অন্যানই ৩০ খন আসনত আগবাঢ়ি আছে৷

  • Related Posts

    হিমন্ত বিশ্ব শৰ্মাৰ অজ্ঞাতে আলফাৰ ম্যানমাৰৰ শিবিৰত আক্ৰমণ সম্ভৱ নহয়ঃ গৌৰৱ গগৈ

    ম্যানমানস্থিত আলফা স্বাধীনৰ শিবিৰত ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত তিনি আলফা নেতা শ্বহীদ হোৱাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসমত৷ আলফা স্বাধীনৰ শিবিৰত হোৱা আক্ৰমণৰ কথা অসম চৰকাৰে অৱগত নহয়…

    অৰুণাচলত অসমৰ যুৱকক হত্যা, সীমান্ত পথ অৱৰোধৰ সময়ত উত্তপ্ত পৰিস্থিতি

    বিহালীৰ তিনিসুঁতি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ বগীজুলীৰ অঞ্চলত শংকৰ পেগু (২৯) নামৰ এজন যুৱকক অৰুণাচল প্ৰদেশত নৃশংসভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ১৩ জুলাই তাৰিখে অৰুণাচলৰ ৰয়িং-ডিবাং…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে