
ধিং সমষ্টিৰ বিধায়্ক আমিনুল ইছলামৰ বিৰুদ্ধে সৰৱ একাধিক দল-সংগঠন।
বিধায়কগৰাকীৰ বিৰুদ্ধে ধিং থানাত দাখিল ৩ খন এজাহাৰ।
এজাহাৰ দাখিল কৰিছে ধিং আঞ্চলিক ছাত্ৰ সন্থা, ধিং নাৰী সুৰক্ষা সমিতি আৰু মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই।
ধিং সাৰ্বজনীন শ্মশান শিৱ মন্দিৰত নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলন হোৱা বুলি মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে।
আনহাতে ধিং কাণ্ডটোক অন্য দিশে নিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ বিধায়কজনৰ বিৰুদ্ধে।