স্বাধীনতা দিৱসত অসমৰ ১৪ গৰাকী বিষয়া-জোৱানলৈ বিশিষ্ট সেৱা পদক ঘোষণা

স্বাধীনতা দিৱস উপলক্ষ্যে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়া-জোৱানক প্ৰদান কৰা হৈছে বিশিষ্ট সেৱা পদক। ডি আই জি ৰত্না সিঙলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি বিশিষ্ট সেৱা পদক। লগতে, অসমৰ ১৩ গৰাকীলৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে।

ডি আই জি বিজয় গিৰি কুলিগ্ৰামলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক। একেদৰে, আৰক্ষী অধীক্ষক মিহিৰ জিৎ গায়ন, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, আৰক্ষী অধীক্ষক সিংহৰাম মিলিলৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে।

তদুপৰি পৰিদৰ্শক মনোজ কুমাৰ সিঙলৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱাৰ লগতে এই পদক আগবঢ়োৱা হৈছে উপ-পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা আৰু বিপুল শইকীয়ালৈও। নায়ক বিজু লহকৰ, প্ৰফুল্ল ডেকা, শৈলেন কাকতি, কান্ত সিংহ, ইনামূল হককো উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। একেদৰে, সহ উপ-পৰিদৰ্শক কামিনী ডেকালৈও আগবঢ়োৱা হৈছে এই সন্মান।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে