অনুশাসন ভংগ কৰিলে মন্ত্রী-বিধায়কো সাৰি নাযাব

নলবাৰী কাণ্ডক লৈ আজি মুখ খুলিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই৷ আজি সংবাদমাধ্যমৰ মুখামুখি হৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সকলোৱে দলীয় অনুশাসন মানি চলিব লাগিব বুলি স্পষ্ট কৰে৷ পাকে-প্ৰকাৰে শইকীয়াই স্পষ্টকৈ কয় যে এতিয়াৰ পৰা বিজেপিত কংগ্ৰেছৰ পৰা অহা ন-বিজেপিৰ উদণ্ড সংস্কৃতি নচলিব৷ কংগ্ৰেছৰ পৰা অহা নতুন নেতাৰ দাদাগিৰিৰ সংস্কৃতি বিজেপিত নচলিব। নলবাৰীৰ ঘটনা সন্দৰ্ভত দিলীপ শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলত অনুশাসনহীনতা ভংগ কৰিলে নেতা-কৰ্মী, মন্ত্রী-বিধায়ক কোনো সাৰি নাযাব বুলি স্পষ্ট কৰে৷ দলত শৃংখলাবদ্ধতা, নিয়ম-সংস্কাৰ আৰু অনুশাসন সকলোৱে মানি চলিব লাগিব বুলিও স্পষ্ট কৰে দিলীপ শইকীয়াই। দিলীপ শইকীয়াই আজি কয় যে দলীয় অনুশাসন সকলোৱে মানি চলিব লাগিব৷ বিজেপিত মন্ত্ৰী বেলেগ, বিধায়ক বেলেগ, দিলীপ শইকীয়া বেলেগ – এনেকুৱা কথা হ’ব নোৱাৰে৷ বথ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈ সকলোৰে বাবে দলীয় অনুশাসন একেই৷ লগতে শইকীয়াই কয় যে আমাৰ দলৰ অনুশাসন আছে, সংস্কাৰ আছে৷ মুখ্যমন্ত্ৰীয়ে হওক বা যি নেতাই নহওক সেই পৰম্পৰাটো মানি চলিব লাগিব৷

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ