

- আজি ডিব্ৰুগড়ত মুকলি কৰা হ’ল মুখ্যমন্ত্ৰীৰ সচিবালয়
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে এই নতুন সচিবালয়ৰ ভৱন
- উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
- উজনি অসম আৰু উত্তৰ অসমৰ জিলাৰ জনসাধাৰণ সচিবালয়ৰ কামত এতিয়াৰ পৰা আহিব নালাগে গুৱাহাটীলৈ
- ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়তেই হ’ব গুৱাহাটীৰ সচিবালয়ত হোৱা সকলো কাম–কাজ
- মন্ত্ৰীসকলৰ বাবেও ডিব্ৰুগড়ত হ’ব মন্ত্ৰীভৱন
- উজনি আৰু উত্তৰ অসমৰ ৯খন জিলাৰ কাম–কাজৰ নীৰিক্ষণ হ’ব এই সচিবালয়ৰ পৰা