আৰক্ষীৰ জালত ‘মিঞা গান’ৰ গায়ক
গৌৰীপুৰ আৰক্ষীয়ে আটক কৰে ‘মিঞা গান’ৰ গায়ক আলতাপ হুছেইনক
‘অসম কাৰো বাপৰ সম্পত্তি নহয়’ বুলি গান গাইছিল আলতাপে
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আলতাপৰ বিতৰ্কিত গানটো
গানৰ মাধ্যমেৰে খিলঞ্জীয়াক ভাবুকি দিয়াৰ অভিযোগ উঠিছিল আলতাপৰ বিৰুদ্ধে
বিতৰ্কৰ পাছতেই আত্মগোপন কৰি আছিল আলতাপ হুছেইনে
গানৰ মাধ্যমেৰে সমাজত অশান্তি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন