

🔹আৰম্ভ হ’ল জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া
🔹প্ৰায় ১০ বছৰৰ অন্তত ৰাজ্যখনত অনুষ্ঠিত হয় নিৰ্বাচন
🔹৩২৭৬টা ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া
🔹এই ভোটগ্ৰহণ জম্মু আৰু দক্ষিণ কাশ্মীৰৰ ২৪খন আসনৰ বাবে
🔹জম্মুৰ ডোডা, কিষ্ট’বাৰ, ৰামবনৰ ৮ সমষ্টিৰ বাবে ভোটগ্ৰহণ
🔹দক্ষিণ কাশ্মীৰৰ পুলৱামা, ছপিয়া, অনন্তনাগ, কুলগামৰ ১৬খন আসনৰ বাবে ভোটগ্ৰহণ
🔹২১৯ গৰাকী প্ৰাৰ্থীৰ হ’ব ভাগ্য পৰীক্ষা
🔹২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
🔹১ অক্টোৱৰত অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া
🔹৮ অক্টোৱৰত ঘোষণা হ’ব নিৰ্বাচনী ফলাফল