ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্তত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা

ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে তদন্তত উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা। আৰক্ষীক তদন্ত স্থগিত ৰখাৰ নিৰ্দেশ।
অৱসৰপ্ৰাপ্ত অধ্যাপক এছ কামৰাজে ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আশ্ৰমত তেওঁৰ কন্যা লতা আৰু গীতাক পণবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছিল কামৰাজে।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ে বিগত ৩০ ছেপ্টেম্বৰত কৈছিল যে ইছা ফাউণ্ডেশ্যনৰ সৈতে জড়িত সকলো অপৰাধমূলক গোচৰৰ সবিশেষ আৰক্ষীয়ে দাখিল কৰিব লাগে। ১ অক্টোবৰত প্ৰায় ১৫০ জন আৰক্ষীয়ে তদন্তৰ বাবে আশ্ৰমত উপস্থিত হয়।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল সাধগুৰুৱে, যাৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে। ১৮ অক্টোবৰত হ’ব এই গোচৰৰ পৰৱৰ্তী শুনানি।

 

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ভাষ্য – ২০০৯ চনত দুয়োগৰাকী ছোৱালী আশ্ৰমলৈ আহিছিল। সেই সময়ত তেওঁলোকৰ বয়স আছিল ২৪ আৰু ২৭ বছৰ। দুয়োগৰাকী নিজ ইচ্ছা অনুসৰি ফাউণ্ডেশ্যনত আছে। তেওঁ জনোৱা মতে, যোৱা নিশাৰ পৰা আশ্ৰমত উপস্থিত থকা আৰক্ষী এতিয়া গুচি গৈছে।

এই সিদ্ধান্তৰ পূৰ্বে চি জে আই চন্দ্ৰচুদেও তেওঁৰ চেম্বাৰত দুয়োগৰাকী মহিলা সন্ন্যাসীৰ সৈতে আলোচনা কৰে। তেওঁলোকৰ এগৰাকীয়ে কয় যে দুয়োগৰাকী ভগ্নী নিজ ইচ্ছামতে ঈশা যোগ ফাউণ্ডেশ্যনত আছে। যোৱা ৮ বছৰ ধৰি দেউতাকে হাৰাশাস্তি কৰি আহিছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে