
জম্মু-কাশ্মীৰত খাতা খুলিল আপৰ, দোদা সমষ্টিত আপ প্ৰাৰ্থীৰ জয়
আজি ঘোষিত দুই ৰাজ্যৰ ফলাফলে আম আদমী পাৰ্টীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷
প্ৰথমবাৰ জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অৱতীৰ্ণ আপে একন আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছে৷
জম্মু-কাশ্মীৰৰ দোদা সমষ্টিত আপৰ প্ৰাৰ্থীৰ জয়লাভ কৰিছে। আপ প্ৰাৰ্থী মেহৰাজ মালিকে ২৩,২২৮টা ভোটত জয়ী হয়।