
দুৰ্বৃত্তৰ আক্ৰমণ মৃত এছ আই জোনমণি ৰাভাৰ মাতৃক।
দুৰ্বৃত্তই কাঢ়ি লৈ যায় জোনমণি ৰাভাৰ মাতৃৰ ডিঙিৰ চেইন।
জানিব পৰা মতে, বাইকত আহিছিল দুই দুৰ্বৃত্ত।
দুৰ্বৃত্তই ভাঙি থৈ যায় তেওঁৰ মোবাইল ফোনটোও।
আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত সমান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে জোনমণি ৰাভাৰ মাতৃ।