দাবী কৰা ধন নিদিয়াত ১২ বছৰীয়া ছাত্ৰক হত্যা, শদিয়াত চাঞ্চল্য

তিনিচুকীয়া জিলাৰ শদিয়াৰ চূণপোৰাত সংঘটিত নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শদিয়াৰ চূণপোৰা ১২ বছৰীয়া কিশোৰ ৰোহিত ছেত্ৰীক অপহৰণ কৰি নৃশংস হত্যা কৰে অপহৰণকাৰীয়ে৷ ইতিমধ্যে দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি ১২ বছৰীয়া কিশোৰ ৰোহিতৰ মৃতদেহ পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে৷

জানিব পৰা মতে, বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত নিৰুদ্দেশ হয় পুত্ৰ ৰোহিত ছেত্ৰী। পৰিয়ালে ৰোহিতৰ শুংসূত্ৰ উদ্ধাৰ কৰিব নোৱাৰিলে। কিন্তু এটা অচিনাক্ত ফোনক ২৫ লাখ টকা মুক্তিপণ বিচাৰে৷ খবৰ আৰক্ষীক দিয়া হ’ল৷ ছাত্ৰজনক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি দুজন লোকক গ্ৰেপ্তাৰ কৰে। ছাত্ৰজনক অপহৰণৰ কথা স্বীকাৰ কৰে। দুই দুৰ্বৃত্তৰ স্বীকাৰোক্তিৰ ভিত্তিত অৰুণাচল আৰক্ষীয়ে গাঁতৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। অপহৰণৰ দিনাই অৰ্থাৎ ২২ জুলাইত ছাত্ৰজনক নিৰ্মমভাৱে হত্যাৰ কথা স্বীকাৰ কৰে দুই নৰখাদকে। চূণপোৰাৰ নৰ বাহাদুৰ ছেত্ৰীয়ে গাখীৰৰ ব্যৱসায় কৰি ঘৰ চলায়৷ সুখেৰে সংসাৰ চলাই থকাৰ সময়তে পৰিয়ালটোলৈ অমানিশা নমাই আনিলে দুই দুৰ্বৃত্তই।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ