
- ধুবুৰীৰ সোনাখুলিত ভয়ংকৰ পথ দুৰ্ঘটনা
- চাৰিচকীয়া বাহনে মহটিয়াই নিলে ৪টাকৈ শিশুক
- থিতাতে নিহত ৩টা শিশু
- চিকিৎসায়লয়লৈ নিয়াৰ পথত মৃত্যু আন এটা শিশুৰ
- ১৭নং ৰাষ্ট্রীয় ঘাইপথত এই ঘটনা
- নিহত: মৰিয়ম খাতুন, জোৱাই ৰহমান, আবু ৰাইহান, মেহেদি হুছেইন
- প্রাতঃ ভ্রমণলৈ গৈছিল শিশুকেইটা
- দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নং- AS17 L 6331