নগাঁও ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন

১৮, ১৯ আৰু ২০ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ত্রয়োদশ বাৰ্ষিক নগাঁও ভাওনা সমাৰোহৰ আজি লাইখুঁটা স্থাপন কৰা হয়৷ লাইখুঁটা স্থাপন সাহিত্যিক, শিক্ষাবিদ, সত্ৰীয়া সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰৰ উপস্থিতিত কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনা নগাঁও চহৰৰ কলঙৰ বাকৰি নেহেৰুবালিত অনুষ্ঠিত হ’ব৷ প্ৰচাৰ আৰু প্ৰসাৰ কৰা লক্ষ্যৰে নগাঁও ভাওনা সমাৰোহ উদযাপন কৰি আহিছে। নগাঁও ভাওনা সমাৰোহৰ জন্মলগনৰে পৰা নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ নেতৃত্বত বিশেষকৈ ব্ৰজাৱলী ভাষাত অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহ খোলত একে লগে ৯ খন ভাওনা আৰু কেলিগোপাল নাট প্ৰদৰ্শন কৰা হয়। ভাওনা সমাৰোহত নগাঁও সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত প্ৰাণ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰি আহিছে।

  • Related Posts

    মহবুবুল হকক এটা গোচৰত জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    মেঘালয়ৰ ৰি-ভই জিলাৰ ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (চমুকৈ ইউএছটিএম)ৰ স্বত্বাধিকাৰী তথা উপাচাৰ্য মহবুবুল হকক গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত জামিন প্ৰদান কৰিছে। শ্ৰীভূমিৰ পাথাৰকান্দি আৰক্ষী থানাত ৰুজু…

    ৰাকেশ পালৰ দিনত চাকৰি পোৱা ৬১০ জনেই সুৰক্ষিত, বিধানসভাত অখিল-হিমন্তৰ তৰ্কযুদ্ধ

    অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…