নলবাৰীত SSBৰ জোৱান বুলি পৰিচয় দি কিশোৰৰ টহল, ৰাইজে আটক কৰি গতালে আৰক্ষীক

নলবাৰীত আটক এজন ভুৱা এছ এছ বি জোৱান।

নলবাৰীৰ টিহু ৰে’ল ষ্টেচনৰ পৰা আৰক্ষীয়ে আটক কৰে এছ এছ বিৰ পোছাকত এজন কিশোৰ।

জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ৰায় উপাধিৰ কিশোৰজনে নিজকে এছ এছ বি জোৱান বুলি পৰিচয় দি বুধবাৰে ঘূৰি ফুৰিছিল টিহুৰ বিভিন্ন অঞ্চলত।

কিন্তু কিশোৰজনৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত সোধা-পোছা কৰাত প্ৰথমে এছ এছ বিৰ হাৱালদাৰ বুলি আৰু পিছত এছ এছ বিৰ গাড়ী চালক বুলি কয় কিশোৰজনে।

কিশোৰজনৰ কথা-বতৰাত অমিল দেখি সন্দেহ ঘণীভূত হোৱাত স্থানীয় ৰাইজে খবৰ দিয়ে টিহু আৰক্ষীক।

ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় কিশোৰজনক।

অৱশ্যে কিশোৰজনে কি কাৰণত এছ এছ বিৰ পোছাক পিন্ধি এনেদৰে ঘূৰি ফুৰিছিল সেয়া জানিব পৰা নাই।

 

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ