নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত ৰে’ল দুৰ্ঘটনা

এইবাৰ অসম সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাগ্ৰস্ত ৰে’ল খনৰ নম্বৰ ১২১৭৮৷ উত্তৰ অসমত চলন্ত ৰে’লৰ ইঞ্জিন চ্যূত হোৱাত প্ৰায় চাৰি কিঃমিঃ পৰ্যন্ত ইঞ্জিন অকলে গতি কৰে৷ ইঞ্জিনৰ পৰা দবাচ্যূত হোৱাৱাত হাহাকাৰ লাগে যাত্রীৰ৷ উত্তৰ লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখী জনশতাব্দী এক্সপ্রেছৰ দবা নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত লাইনচ্যূত হয়৷ যাৰ ফলত নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত হাহাকাৰ লাগে৷ প্ৰথমে ইঞ্জিনৰ পৰা লাইনচ্যূত হোৱাত যাত্রীৰ মাজত হাহাকাৰ লাগে যদিও পুনৰ সংযোগ কৰা হয়৷ দবাৰ সৈতে ইঞ্জিন সংযোগ বিচ্ছিন্ন হোৱাত পুনৰ সংযোগ কৰি চলিবলৈ আৰম্ভ কৰে যদিও প্রায় এঘণ্টাৰ মূৰত একেখন ৰে’ল লাইনচ্যূত হয়৷ পুনৰ একেখন ৰে’ল হাৰমতী জংছনৰ পৰা কিছূ দূৰত লাইনচ্যুত হোৱাত হাহাকাৰ লাগে৷ টিপলিং উৰণীয়া সেঁতুৰ ওচৰত ইঞ্জিনৰ পৰা দবা বিচ্ছিন্ন হয়৷

  • Related Posts

    পুনৰ অসম আৰক্ষীৰ জালত ৫ বাংলাদেশী

    ভাৰত-বাংলাদেশ সীমান্তত সষ্টম হৈ আছে ভাৰতৰ নিৰাপত্তাৰক্ষী৷ বাংলাদেশত গণ অভ্যুত্থানৰ পিছতে শ-শ বাংলাদেশীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ ফলত ভাৰতৰ নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে৷ প্ৰতিনিদি বাংলাদেশী নাগৰিক জালত পৰাৰ পিছতে পুনৰ…

    পহিলা বহাগ মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী

    পহিলা বহাগৰ দিনটোত মুকালমুৱাৰ নাৰায়ণপুৰত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পণ্ডিত মহেশ্বৰ ডেকা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা উপলক্ষে শিক্ষক, শিক্ষাবিদ, বুদ্ধিজীৱী আৰু যুৱশক্তি এক হৈ বিহুৱান প্ৰদানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…