মহীছুৰু-দ্বাৰভংগা বাগমতী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত
তামিলনাডুত এখন মালবাহী ৰে’লত খুন্দা
১৩টা ডবা ৰেলপথ বাগৰি পৰাত হাহাকাৰ
ট্ৰেইনখনৰ দুটা ডবাত সংঘটিত অগ্নিকাণ্ড
মহীছুৰু-দ্বাৰভংগা বাগমতী এক্সপ্ৰেছৰ ১৯ যাত্ৰী আহত
শুকুৰবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাত
বিহাৰৰ দ্বাৰভংগালৈ গৈ আছিল যাত্ৰীবাহী বাগমতী এক্সপ্ৰেছ
থিৰুভাল্লুৰ কাৱৰাপেট্টাই ষ্টেচনত মালবাহী ৰেলত কুন্দা