বিধানসভাত বিৰোধীৰ সংখ্যাৰ হিচাপত সহজ নহ’ব ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়ঃ অকপট স্বীকাৰোক্তি ভূপেন বৰাৰ

গুৱাহাটীঃ ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আগবাঢ়ি অহা নাই বিৰোধী ঐক্যমঞ্চ অথবা কংগ্ৰেছ দলৰ কোনো নেতা। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

দেওবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিৰ সময়ত ভূপেন বৰাই অকপটে স্বীকাৰ কৰে যে বিৰোধীৰ সংখ্যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসভাত কংগ্ৰেছ জয়ী হোৱাটো সহজ নহয়।

বৰাই কয়, ”বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকীও নেতাক মই সুধিছো ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব বিচাৰে নেকি, লোকসভা নিৰ্বাচিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ আমাৰ কিছু অসুবিধা হৈছিল, কিন্তু ৰাজ্যসভাৰ বাবে কোনোৱে প্ৰাৰ্থিত্ব বিচাৰিছে আমি এই বিষয়ে চিন্তা-চৰ্চা কৰিম। কিন্তু কোনো আগবাঢ়ি অহা নাই।’’

ইফালে ৰাজ্যসভাত কংগ্ৰেছৰ জয় সহজ নহ’লেও শীঘ্ৰে অনুষ্ঠিত হ’বলগীয়া ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু বিৰোধী ঐক্যমঞ্চই একেলগে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও মন্তব্য কৰে ভূপেন বৰাই। ৰাইজৰ দল আৰু চি পি আই এমে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব বিচৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে বৰাই।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ