ভাৰত-ম্যানমাৰ সীমান্তত বিস্ফোৰণ, নিহত ১

নাগালেণ্ডৰ ভাৰত-ম্যানমাৰ সীমান্তত সংঘটিত বোমা বিস্ফোৰণ এজন লোক নিহত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ খবৰ মতে, বিস্ফোৰণত এনএছচিএন নগা আৰ্মিৰ এজন কেডাৰ নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয়। নাগালেণ্ডৰ টোচেজুৰ নগা সেনাবাহিনীৰ মেজৰ হুছেয়া আছুমি নিহত হোৱা বুলি জানিব পৰা গৈছে৷

নাগালেণ্ডৰ টোচেজু এলেকাত সংঘটিত বিস্ফোৰণৰ পাছতে হুৱা-দুৱা লাগিছে৷ বিস্ফোৰণৰ পাছতে সেনাই অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, নাগালেণ্ডৰ টোচেজু এলেকাত এক শক্তিশালী বোমা বিস্ফোৰণ সংঘটিত হয়। কুকি নেচনেল আৰ্মি জৰিত বুলি বুলি সন্দেহ কৰা হৈছে৷

  • Brahmaputra Times

    Related Posts

    মণিপুৰৰ পাঁচখন জিলাত ৬ দিনৰ মূৰত ইণ্টাৰনেট সেৱা মুকলি

    ৬ দিনৰ পিছত মণিপুৰ চৰকাৰে ইণ্টাৰনেট সন্দৰ্ভত লৈছে ডাঙৰ সিদ্ধান্ত। উপত্যকা ভিত্তিক পাঁচখন জিলাত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি হ’ব। তদুপৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশো দিছে…

    ৫ খন জিলাত ইন্টাৰনেট বন্ধ, ৩খনত সান্ধ্য আইন; মণিপুৰলৈ ২০০০ চি আৰ পি এফ জোৱান প্ৰেৰণ

    মণিপুৰত আকৌ এবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে আইন-শৃংখলা সন্দৰ্ভত ৰাজভৱন অভিমুখে পদযাত্ৰা কৰে হাজাৰ-হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে। এই সময়তে ছাত্ৰ-ছাত্ৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হতাহতিত আহত হয় ৫০ জনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ