মজুত থকা ঔষধহে লিখিব পাৰিব চিকিৎসকে

স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এইবাৰ চিকিৎসালয়ৰ দৰৱক লৈ চমক দিবলৈ আৰম্ভ কৰিছে৷ চৰকাৰী চিকিৎসকক স্বাস্থ্যকেন্দ্ৰ আৰু হাস্পতালৰ বাবে অনুমোদিত অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ জেনেৰিক ঔষধহে প্ৰেছক্ৰাইব কৰিবলৈ নিৰ্দেশ দিছে৷ যদি ৰোগীক হাস্পতালত মজুত নথকা দৰৱ লিখে তেন্তে অভিযোগ দিবলৈ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে৷ মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমত মন্তব্য দি কৈছিল যে এতিয়াৰে পৰা চৰকাৰী চিকিৎসকে চিকিৎসালয়ত মজুত থকা দৰৱৰ নাম লিখিব লাগিব। প্ৰেচক্ৰিপচনত চৰকাৰী চিকিৎসকে লিখিব নোৱাৰিব চিকিৎসালয়ত মজুত নথকা দৰৱ। চিকিৎসকে মজুত নথকা দৰৱ লিখিলে ৰোগী তথা আত্মীয়ই অভিযোগ দাখিল কৰিব পৰিব। এই কথা ঘোষণা কৰি ৰাজহুৱা নিৰ্দেশনা প্ৰদান কৰাৰ লগতে ১৫ ফেব্ৰুৱাৰীৰ নিৰ্দেশনা কাৰ্যকৰী কৰিব বুলি কৈছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে