লাভ জেহাদ! হিন্দু নাম লৈ দুই সন্তানৰ পিতৃ বাবুৰ পলুৱাই নিয়াৰ চেষ্টা শিৱসাগৰৰ যুৱতীক, পৰিল আৰক্ষীৰ জালত

ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা।

হিন্দু নাম লৈ এগৰাকী যুৱতীক পলুৱাই নিয়াৰ চেষ্টা মুছলমান যুৱকৰ।

এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত।

ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকীক।

জয়সাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বাবু আলী নামৰ অভিযুক্তজনকো।

জানিব পৰা মতে, তেজপুৰৰ নিৱাসী বাবু আলীয়ে ৰংঘৰ চাৰিআলিত ঘৰ ভাড়া লৈ আছিল।

বাবু আলীৰ তেজপুৰত আছে পত্নী আৰু দুই সন্তান।

আনহাতে নিজকে হিন্দু ল’ৰা আৰু অবিবাহিত বুলি পৰিচয় দি জয়সাগৰত এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাইছিল বাবু আলীয়ে।

প্ৰলোভন দেখুৱাই যুৱতীগৰাকীক পলুৱাই নিয়াৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ জালত পৰে অভিযুক্তজন।

প্ৰণিধানযোগ্য যে, ধিং কাণ্ডৰ পিছতে মিঞাৰ বিৰুদ্ধে উত্তপ্ত হৈ আছে শিৱসাগৰ।

শিৱসাগৰত কাম কৰি থকা মিঞাসকলক ৭ দিনৰ ভিতৰত শিৱসাগৰ এৰি যাবলৈ ৭ দিনৰ সময় বান্ধি দিছে বিভিন্ন খিলঞ্জীয়া দল-সংগঠনে।

কিন্তু দল-সংগঠনৰ সজোৰ প্ৰতিবাদৰ মাজতে জিলাখনত সংঘটিত এনে লাভ জেহাদৰ ঘটনাই পুনৰ বৃদ্ধি কৰিছে উত্তেজনা।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে