লেবাননত ভয়াৱহ পেজাৰ বিস্ফোৰণ

🔹লেবাননত ভয়াৱহ পেজাৰ বিস্ফোৰণ

🔹মঙলবাৰে হিজবুল্লাহৰ সদস্যৰ পেজাৰত কেইবাটাও বিস্ফোৰণ সংঘটিত হয়

🔹এই ধাৰাবাহিক বিস্ফোৰণত এই পৰ্যন্ত নিহতৰ সংখ্যা ১১

🔹নিহত সকলৰ ভিতৰত ৮জন হিজবুল্লাহ সদস্য, এটি শিশু

🔹ঘটনাত আহত ৪ হাজাৰৰো অধিক লোক

🔹৪০০ জনৰ অৱস্থা সংকটজনক

🔹আহত সকলৰ ভিতৰত আছে লেবাননত থকা ইৰাণৰ ৰাষ্ট্ৰদূত

🔹এয়া ইজৰাইলৰ আক্ৰমণ বুলি সন্দেহ হিজবুল্লাহৰ

🔹অৱশ্যে এই সন্দৰ্ভত ইজৰাইলে দিয়া নাই কোনো বিবৃতি

🔹খবৰ অনুসৰি হেক কৰি ব্লাষ্ট কৰা হৈছিল পেজাৰ সমূহ

🔹পেজাৰ হৈছে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা এটা বেতাঁৰ যন্ত্ৰ

🔹প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বিস্ফোৰণৰ পূৰ্বে ধোঁৱা নিৰ্গত হৈছিল পেজাৰ লৈ থকা ব্যক্তিৰ পকেটৰ পৰা

  • Related Posts

    কিদৰে অধিক সুদৃঢ় হ’ব অসম-ভূটানৰ মাজৰ সম্পর্ক…

    ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্রহণ। ভাৰত-ভূটানৰ মাজত অতিৰিক্ত পথ ব্যৱস্থাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব…

    তিনিদিনীয়া ভ্ৰমণসূচীৰে সপত্নীৰ সৈতে ভূটানত মুখ্যমন্ত্ৰী

    তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ভূটানত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে তেওঁ ৰাজকীয় দেশখন ভ্ৰমণৰ উদ্দেশ্যে সোমবাৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হয় । মুখ্যমন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…