৩ লাখ ৩২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পাব বিনামূলীয়া চাইকেল, কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটেৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত কেইবাটাও গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে৷ আগন্তুক ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে৷ কেবিনেট সমাপ্তিৰ পাছতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে৷ ৰাজ্য চৰকাৰে ৩ লাখ ৩২ হাজাৰ ৬৪০ গৰাকী ছাত্ৰী-ছাত্ৰীক বিনামূলীয়া চাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত লয় কেবিনেটে। বিনামূলীয়া চাইকেল প্ৰদানৰ বাবে কেবিনেটত ১৪৮.৫৫ কোটি টকা অনুমোদন দিয়ে। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজ্যখনৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া চাইকেল লাভ কৰিব। ৰাজ্যৰ ৩ খনকৈ পলিটেকনিকৰ বাবে ১০০ কোটি টকাৰ অনুমোদন দিছে কেবিনেটে। হাজো, মাজুলী, টিংখঙত নিৰ্মাণ হৈ আছে পলিটেকনিক কেইখন৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ