ৰাভা হাছঙত ভোট, বেলট বাকচ লৈ ভোট কেন্দ্ৰলৈ ৰাওনা বিষয়া

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৩৩টাৰ ভোটগ্ৰহণ কাইলৈ পুৱা ৭ বজাত আৰম্ভ হ’ব। আইন-শৃংখলা দিশৰ লক্ষ্য কৰি ভোটকেন্দ্ৰসমূহত পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ আজি বেলট বাকচ আৰু কাগজ-পত্ৰ লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং-পোলিং বিষয়াসকল ৰাওনা হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দুয়োখন জিলাতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪,৪৫,৫৮৬ জন৷ ২,১৬,১৮১ জন পুৰুষ ভোটাৰ আৰু ২,২৯,৩৯৪ গৰাকী মহিলা ভোটাৰ। ১১ জন ভোটাৰক ‘আন’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে। কামৰূপ আৰু গোৱালপাৰা জিলাত ৬৩০টা ভোটকেন্দ্ৰ আছে। ৩৬টা সমষ্টিৰ ভিতৰত ২৫টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, ৬টা মহিলাৰ বাবে সংৰক্ষিত আৰু ১১টা মুক্ত৷ কংগ্ৰেছ, অসম গণ পৰিষদ (অগপ), ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ৰাভা হাছং যৌথ মঞ্চকে (আৰএইচজেএম) ধৰি ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী থিয় কৰাইছে। ভোট গণনা ৪ এপ্ৰিলত অনুষ্ঠিত হ’ব৷

  • Related Posts

    ইছলামিক ৰাষ্ট্ৰত নামাজ পঢ়াৰ প্ৰশিক্ষণ লৈছে গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰী

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম নোলোৱাকৈ অসমৰ এজন সাংসদ বুলি…

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ, নিহত ২৫ পৰ্যটক

    জম্মু-কাশ্মীৰৰ পেহেলগামৰ বাইছাৰন উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৫ জন পৰ্যটক নিহত হৈছে আৰু বহুজন আহত হৈছে। এই ঘটনাই অমৰনাথ যাত্ৰাৰ আগমুহূৰ্তত উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। আক্ৰমণটোৰ সময়ত পৰ্যটকসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…