২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ।

ভাৰতীয় অলিম্পিক সন্থাই ১ নৱেম্বৰত এই সন্দৰ্ভত পত্ৰ আই অ’ চি লৈ প্ৰেৰণ কৰিছে। ভাৰতৰ লগতে ২০৩৬ ত অলিম্পিক আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰা আন কেবাখনো দেশ আছে। তাৰ ভিতৰত চৌদি আৰৱ, কাটাৰ, মেক্সিকো, ইণ্ডোনেছিয়া,পোলেণ্ড,দক্ষিণ কোৰিয়া আদি অন্যতম।

উল্লেখযোগ্য যে, ২০২৮ ত অলিম্পিৰ অনুষ্ঠিত হ’ব আমেৰিকাৰ লছ এঞ্জেলেছত। ২০৩২ ত বিশ্বৰ এই সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান আয়োজন কৰাৰ দায়িত্ব ইতিমধ্যে লাভ কৰিছে ব্ৰিছবেনে।

আই অ’ চি ৰ মুৰব্বী থ’মাছ ব্ৰাকে জনোৱা মতে, ২০৩৬ ত কোন দেশে অলিম্পিক আয়োজন কৰাৰ স্বত্ব লাভ কৰে সেয়া ২০২৫ ত সিদ্ধান্ত লোৱা হ’ব। প্ৰধানমন্ত্ৰী মোডীয়ে বিভিন্ন সময়ত অলিম্পিক ভাৰতে আয়োজন কৰাৰ ইচ্ছা ব্যক্ত কৰি আহিছে। সেই অনুসৰি ইমান দিনে মৌখিকভাৱে ভাৰতে এই দাবী কৰি আহিছিল যদিও এইবাৰ প্ৰথমবাৰৰ বাবে লিখিতভাৱে ভাৰতে অলিম্পিক আয়োজনৰ স্বত্ব বিচাৰি আৱেদন জনালে।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা