জীৱনে দিয়া এই ১০টা শিক্ষাই আপোনাক উপকৃত কৰিব

সততে সামাজিক মাধ্যমত বহু কথাই ভাইৰেল হয়৷ বহু লোকে জীৱনৰ ঘাট-প্ৰতিঘাট নেওচি সফলতা লাভ কৰে৷ তেনে লোকে জীৱনত কেনেদৰে সফলতা লাভ কৰিছে সেই কথা আনৰ সৈতে শ্বেয়াৰ কৰে৷ তেনে এটা ফেচবুক পোষ্ট কেইদিনামন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ আছে৷

১) জীৱন কাৰো বাবে ৰৈ নেথাকে

২) নিজৰ যত্ন লওক নহলে পৃথিৱীখন আগবাঢ়ি যাব আৰু আপুনিহে থাকি যাব।

৩) নিজৰ সপোনৰ জীৱনটো গঢ় দিযবলৈ যত্ন কৰক নহলে বেলেগে আপোনাক ব্যৱহাৰ কৰি নিজৰ সপোন পূৰণ কৰিব।

৪) নীৰৱতাৰে নিজৰ কৰ্মত আগ্ৰসৰ হওঁক আৰু গোপনে নিজৰ সফলতা উপভোগ কৰক নহলে এই পৃথিৱীত হিংসা কৰা মানুহৰ অভাৱ নাই।

৫) নিজৰ অতীতক লৈ আক্ষেপ নকৰিব, ভুলহেঁলেও আগবাঢ়িলে মানুহ চিনি পোৱাত সহায় কৰে।

৬) কষ্ট কৰক আৰু নিজকে উন্নত কৰক।

৭) যি আপোনাৰ সপোনক সমৰ্থন নকৰে তেনে ব্যক্তিৰ উপদেশ গ্ৰহণ নকৰিব।

৮) নিজৰ আবেগৰ উপৰত নিয়ন্ত্ৰণ ৰাখক।

৯) যি সফল তেওঁক হিংসা নকৰিব পাৰিলে তেখেতৰ পৰা উপদেশ লওক।

১০) নিজকে শান্ত ও সমাহিত কৰি তোলক।

 

  • Brahmaputra Times

    Related Posts

    বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

    আহোম ৰাজশাসনৰ সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা পাছতে যোৱা ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে বিশ্ব ঐতিহ্য সপ্তাহ । অসম চৰকাৰৰ…

    অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন

    অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    আদানীৰ বিৰুদ্ধে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগ আমেৰিকাৰ প্ৰতিষ্ঠানৰ…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    কিছু হ্ৰাস পাইছে দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ মাত্ৰা…

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ