সপোনত সাপ দেখিলে আপোনাৰ বাবে ভাল নে বেয়া! জানি লওঁ আহক…

ডিজিটেল ডেস্ক: শাওন মাহত সপোনত সাপ দেখা সন্দৰ্ভত বহু ধৰ্মীয় বিশ্বাস আছে।এই মাহত এনে সপোন দেখাটোক বহুতেই কোনো ডাঙৰ পৰিৱৰ্তনৰ লক্ষণ বুলি বিবেচনা কৰে। একে সময়তে, এনে সপোন একাংশৰ বাবে সতৰ্কবাণী হ’ব পাৰে, যিয়ে তেওঁলোকক জীৱনত সতৰ্ক হ’বলৈ পৰামৰ্শ দিয়ে। আজি এই বিষয়ে জানো আহক-

মন্দিৰত সাপ দেখা

এটা মন্দিৰত সাপ থকা দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, এনে সপোনে সোনকালেই আপোনাৰ যিকোনো ইচ্ছা পূৰণ হোৱাৰ আগজাননী দিয়ে।

গছত সাপ বগাই থকা 

সপোনত সাপ গছত উঠি থকা দেখাটো শুভ।কোৱা হয় যে এনে সপোনে জীৱনৰ প্ৰগতি আৰু সফলতাৰ ইংগিত দিয়ে। এই সপোন দেখা ব্যক্তিয়ে তেওঁলোকৰ বহুদিনীয়া ধাৰে দিয়া ধন লাভ কৰে।

শিৱলিংত সাপৰ আবিৰ্ভাৱ

যদি আপুনি আপোনাৰ সপোনত শিৱলিংগত থকা সাপ দেখিছে, তেতিয়া বুজিব যে আপুনি মহাদেৱৰ আৰ্শীবাদপুষ্ট।

কোনো দৰিদ্ৰ ব্যক্তিয়ে গছৰ পৰা সাপ ধৰি অনা 

যদি এজন দৰিদ্ৰ ব্যক্তিয়ে গছৰ পৰা সাপ ধৰি অনা সপোনত দেখা পায়, তেন্তে  ইয়াক শুভ বুলি গণ্য কৰা হয়।বিশ্বাস অনুসৰি, এনে সপোনে সম্পদ প্ৰাপ্তিৰ ইংগিত দিয়ে। ইয়াৰ বিপৰীতে, যদি এজন ধনী ব্যক্তিক এনে কৰা দেখা যায়, তেন্তে ই ধন হেৰুওৱাৰ ইংগিত দিয়ে।

বগা, সোণালী বা উজ্জ্বল সাপ 

যদি কোনোবাই সপোনত সোণালী বা উজ্জ্বল সাপ দেখে, ই ভাগ্য খোলাৰ ইংগিত দিয়ে। এনে সপোন দেখিলে বুজিব যে আপোনাৰ সমস্যাবোৰ নাইকিয়া হৈ সুখ আৰু সমৃদ্ধি জীৱনলৈ আহিব।

সাপ বিললৈ যোৱা 

সপোনত এটা সাপ বিললৈ যোৱা দেখাটো শুভ বুলি গণ্য কৰা হয়।ই আপোনাক টকা পাবলৈ যোগ্য কৰি তোলে।

  • Related Posts

    আপোনাৰ সন্তান কেতিয়াও মিছালীয়া নহয়, যদিহে কৰে এই ৪টা কাম…

    ডিজিটেল ডেস্ক: শিশু এটা ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ অভ্যাস সলনি হৈ পৰে। এই সময়ছোৱাত তেওঁলোকৰ অভ্যাসবোৰে জীৱনটোক প্ৰভাৱিত কৰে।এই অভ্যাসৰ অন্যতম মিছা কথা কোৱাটোও এনে অভ্যাসৰ অন্যতম।কিন্তু বহু অভিভাৱকে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ