
ৰাজ্যত পোহৰলৈ আহিছে আন এটা ধৰ্ষণ কাণ্ড।
এইবাৰ ডিফুত পূজাৰীৰ কামনাৰ বলি হ’ল এটি ১০ বছৰীয়া কণমানি।
পূজা কৰিবলৈ গৈ গৃহস্থৰ কণমানি কন্যাকে ধৰ্ষণ লম্পট পূজাৰীৰ।
ডিফুৰ বিৰলাত সংঘটিত হৈছে এই জঘন্য ঘটনা।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্ষণকাৰী পূজাৰী খনছিং ৰংহাঙক।
নিশা শোৱাপাটীৰ পৰা উঠাই নি শিশুটিক কৰিছিল বলাৎকাৰ।
যোৱা ২২ আগষ্টত সংঘটিত হৈছিল এই জঘন্য কাণ্ড।