
- শিৱসাগৰত মাৰোৱাৰী সমাজে ক্ষমা খোজা ঘটনাক লৈ সুস্মিতা দেৱৰ প্ৰতিক্ৰিয়া
- আত্মসমৰ্পণকাৰী আলফাই যদি ক্ষমা নোখোজে, তেন্তে মাৰোৱাৰী সমাজে ক্ষমা খোজাৰ গ্ৰহণযোগ্যতা ক’ত?
- শিৱসাগৰৰ ঘটনাক লৈ ৩০টা দল-সংগঠনৰ স্থিতিকো দুৰ্ভাগ্যজনক আখ্যা তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীৰ
- মাৰোৱাৰী সমাজে ক্ষমা খোজাক লৈ দুখ TMCৰ সাংসদগৰাকীৰ