১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্র প্ৰকল্প

দেশী-বিদেশী পৰ্যটকসকলৰ বাবে সুখবৰ। পুনৰ পৰ্যটক তথা দর্শনাৰ্থীৰ বাবে সাজু হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পুনৰ প্ৰাণোচ্ছল হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পহিলা অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান।

প্ৰথম অক্টোবৰৰ পৰা দেশী-বিদেশী পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমহা দৃশ্য উপভোগ কৰাৰ লগতে কৰিব পাৰিব নৌকা বিহাৰ। পৰ্যটক সকলে কৰিব পাৰিব জীফ চাফাৰীৰ লগতে হাতী চাফাৰী।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়, বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি চাবলৈ পাৰিব পৰ্যটক সকলে।

উল্লেখ্য যে, প্ৰতিবছৰে বাৰিষা কালত পৰ্যটক সকলৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান। সম্প্ৰতি উদ্যানখনৰ বাট-পথ উন্নত হোৱাৰ বাবে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

  • Related Posts

    পাকিস্তানক সমৰ্থনৰ অভিযোগ, অখিল গগৈৰ ঘনিষ্ঠ অনিল বনিয়াক গ্ৰেপ্তাৰ

    পাকিস্তানক সমৰ্থন কৰি ফেচবুক লাইভ কৰাৰ অভিযোগত অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে…

    গুৱাহাটীত চাৰি বামপন্থী দলৰ প্ৰতিবাদ, আমি চৰকাৰৰ সৈতে, সন্ত্ৰাসবাদীক কঠোৰ উত্তৰ দিয়ক

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটৱাৰ বিৰুদ্ধে আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআই-এম আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি –মাৰ্ক্সবাদী লেনিনবাদী চমুকৈ চিপিআই-এমএলৰ অধীনত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…