
ADREৰ প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল
PDF ফৰ্মেটত হুবহু প্ৰশ্নকাকত বিয়পি পৰিছে ম’বাইলে ম’বাইলে
নিশ্ছিদ্ৰ তালাচীৰ পিছতো কিদৰে ভাইৰেল হ’ল প্ৰশ্নকাকত তাক লৈ ৰহস্য
প্ৰশ্নকাকত ঘৰলৈ নিবলৈ দিয়া নাছিল পৰীক্ষাৰ্থীক
ধেমাজিৰ চিমেন চাপৰিৰ উপেন্দ্ৰ নেচনেল একাডেমী পৰীক্ষা কেন্দ্ৰৰ পৰা কাকত ভাইৰেল হোৱাৰ সন্দেহ
সন্দেহৰ আৱৰ্তত চৰকাৰে নিয়োগ কৰা কেমেৰা পাৰ্ছন
জনৈক চৰিফুল নামৰ কেমেৰা পাৰ্ছনজনে প্ৰশ্নকাকত ভাইৰেল কৰাৰ সন্দেহ