প্ৰসংগ জোনমণি ৰাভাৰ মৃত্যু; অসম আৰক্ষীৰ ৯গৰাকীৰ বিৰুদ্ধে আৰম্ভ বিভাগীয় তদন্ত

জোনমণি ৰাভাৰ মৃত্যু-তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ ৯গৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এটা বছৰ পূৰ্বে সমগ্ৰ ৰাজ্যজুৰিয়েই সৃষ্টি হৈছিল চাঞ্চল্য। বিগত বৰ্ষৰ ১৫ মে’ৰ নিশা নগাঁৱৰ জখলাবন্ধাত এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল সেই সময়ৰ নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছ আই জোনমণি ৰাভাৰ।

কিন্তু জোনমণি ৰাভাৰ মৃত্যুক পৰিয়ালৰ লগতে সাধাৰণ ৰাইজেও যেন ল’ব পৰা নাছিল সহজভাৱে।

এতিয়া CBIৰ পৰামৰ্শ মৰ্মে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে বিভাগীয় তদন্ত। কৰ্তব্যত গাফিলতি আৰু তথ্য-প্ৰমাণ নষ্টৰ অভিযোগত কেইবাগৰাকী আৰক্ষী বিষয়া, কনিষ্টবল আৰু গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে।

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ