মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ আতিশীৰ; কিন্তু কিয় নবহিলে কেজৰিৱালৰ আসনত

দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা আতিশী মাৰ্লেনাই সোমবাৰে সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰে। মুখ্যমন্ত্রী আতিশীৰ কার্যালয়ত স্থাপন কৰা হৈছে দুখন চকী। অৰবিন্দ কেজৰিৱালৰ চকীখন লগত ৰাখি মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে অতিশীয়ে।

মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰাৰ পাছত তেওঁ কয় যে ভৰত জীয়ে যেনেকৈ ভগৱান শ্রী ৰামৰ সিংহাসন ৰক্ষা কৰি কাম কৰিছিল, ঠিক সেইদৰেই মইও আগন্তুক চাৰিমাহ মুখ্যমন্ত্রীৰ পদত অধিষ্ঠিত হৈ থাকিম৷

উল্লেখ্য যে, দুদিন পূৰ্বে আতিশীয়ে কেবিনেট সতীৰ্থৰ সৈতে দিল্লীৰ অষ্টমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। আজি তেওঁ দিল্লী সচিবালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব লয়।

সোমবাৰে দিল্লী কেবিনেটৰ বৈঠক আহ্বান কৰি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব বুলি কোৱা হৈছে। ইফালে, ২৬ আৰু ২৭ ছেপ্টেম্বৰত দিল্লী বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব বুলিও তথ্য লাভ কৰা গৈছে।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে