কেতিয়া পাব PM-KISHAN সন্মান নিধিৰ ১৮ সংখ্যক কিস্তিৰ ধন, জানক সবিশেষ

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮তম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কোটি কোটি কৃষকৰ বাবে সুখবৰ। নৱৰাত্ৰিৰ সময়তে কৃষকসকলৰ একাউণ্টত জমা হ’ব ১৮ সংখ্যক কিস্তিৰ ধন। ইয়াৰ বাবে আনুষ্ঠানিক ঘোষণাও কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৫ অক্টোবৰ অৰ্থাত শনিবাৰে ৯.৫ কোটি কৃষকৰ একাউণ্টলৈ ১৮ সংখ্যক কিস্তিত ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট অনুসৰি অহা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ ৱাছিম ​​জিলাত এক কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১৮তম কিস্তি মুকলি কৰিব।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সকলো যোগ্য কৃষকক বছৰি ৬ হাজাৰ টকা সাহায্যৰ পৰিমাণ প্ৰদান কৰা হয়। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭টা কিস্তি মুকলি কৰি দিছে। চলিত বৰ্ষৰ জুন মাহত প্ৰদান কৰিছিল ১৭ সংখ্যক কিস্তি।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক