▪️ ৰাজ্যত নিষিদ্ধ হ’ল লটাৰী।
▪️ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা।
▪️ এখন ৰাজহুৱা স্বাৰ্থজনিত আৱেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ।
▪️ সকলো জিলা আয়ুক্ত, আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।
▪️ এসপ্তাহৰ ভিতৰত সকলো লটাৰী সমিতিৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ।
▪️ এতিয়াৰে পৰা অনুষ্ঠিত কৰিব নোৱাৰিব অনলাইন তথা অফলাইন কোনো ধৰণৰ লটাৰী খেল।