টি-২০ত বাংলাদেশৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয় ভাৰতৰ

ডিজিটেল ডেস্কঃ টেষ্ট শৃংখলা জয় কৰাৰ পাছত বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলাও ৩-০ ব্যৱধানত জয় কৰিলে ভাৰতীয় দলটোৱে। ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ খেলত শনিবাৰে ভাৰতে প্ৰথমে বেটিং কৰি ২৯৭ ৰাণৰ পৰ্বতসদৃশ স্ক’ৰ সংগ্ৰহ কৰে । হায়দৰাবাদত অনুষ্ঠিত এই খেলখনত ভাৰতীয় দলটোৱে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে বেটছমেনসকলৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে টি-২০ৰ দ্বিতীয় সৰ্বাধিক ৰাণ কৰে। উল্লেখ্য যে ৰিয়ান পৰাগে ১৩ টা বলত ৪ টা ছয় আৰু এটা চাৰিৰে ৩৪ ৰাণ, হাৰ্ডিক পাণ্ডিয়াই ১৮ টা বলত ৪ টা ছয় আৰু সম সংখ্যক চাৰিৰে ৪৭ ৰাণ সংগ্ৰহ কৰে। হায়দৰাবাদত অনুষ্ঠিত হোৱা শনিবাৰৰ মেচখনত ভাৰতীয় দলটোৱে কেইবাটাও নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে।

  • Brahmaputra Times

    Related Posts

    উত্তৰ প্ৰদেশত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনত সংঘৰ্ষঃ নিহত ১

    ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাৰ্ডিৰ মাহছি মহাৰাজগঞ্জত দুৰ্গা পূজাৰ মূৰ্তি বিসৰ্জনৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত বিবাদৰ সূত্ৰপাত হয় । ডিজেক লৈ হোৱা বিবাদে ক্ৰমে সংঘৰ্ষৰ ৰূপ লয় আৰু ক্ৰমে এটা…

    ডেভিছ কাপৰ ফাইনেলেই হ’ব ৰাফেল নাডালৰ অন্তিমখন মেচ…

    ডিজিটেল ডেস্কঃ অহা ডেভিছ কাপেই হ’ব টেনিছ তাৰকা ৰাফেল নাডালৰ অন্তিম প্ৰতিযোগিতা। তাৰ পাছত আৰু টেনিছ ক’ৰ্টত নাডালক নেদেখিব অনুৰাগীসকসলে। ২২ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী টেনিছ তাৰকাগৰাকীয়ে অৱসৰ ঘোষণা কৰিছে। উল্লেখ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক