চিদলী সমষ্টিৰ উপ-নিৰ্বাচনঃ সমুখ সমৰত নিৰ্মল কুমাৰ ব্ৰহ্ম-শুদ্ধ কুমাৰ বসুমতাৰী

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বি পি এফ আৰু ইউ পি পি এল দলৰ প্ৰাৰ্থী ঘোষণা। ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউ পি পি এলৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে সোমবাৰে ঘোষণা কৰা হয়।

চিৰাং জিলাৰ কাশিকোত্ৰাস্থিত এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিজেপি, অগপৰ লগতে দলীয় নেতৃত্বৰ উপস্থিতিত এক সংবাদমেল আয়োজন কৰি এই ঘোষণা কৰে ইউ পি পি এল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে।

নিৰ্মল কুমাৰ ব্ৰহ্মক ইউ পি পি এল তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পাছতেই কাশিকোত্ৰাত প্ৰাক-দীপাৱলীসদৃশ পৰিৱেশৰ সৃষ্টি হয় । আতচবাজী আৰু পুষ্পবৃষ্টিৰ মাজেৰে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক আদৰণি জনোৱা হয় । উপস্থিত মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে আৰ’নাই, ফুলাম গামোচাৰে তেওঁক উষ্ণ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জনায় ।

  • Brahmaputra Times

    Related Posts

    অসম সাহিত্য সভাৰ সভাপতি হ’বলৈ মই আগ্ৰহী নহয়ঃ নাহেন্দ্ৰ পাদুন

    অসম সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ আবেগ-অনুভূতি। বহু স্বনামধন্য ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি অসমৰ সাহিত্য ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে। কিন্তু শেহতীয়াকৈ অসম সাহিত্য সভাক…

    মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৱে কৰিব প্ৰতিবাদ, জ্বলিব যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি

    ৰাজ্য প্ৰান্তে প্ৰান্তে ১১ নৱেম্বৰত যোগান মন্ত্ৰী ৰণজিৎ দাসৰ প্ৰতিকৃতি দাহ কৰিব আছুৱে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাব আছুৱে৷ ৯ নৱেম্বৰত আছুৱে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…