জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ : চিকিৎসকসহ ৭ শ্ৰমিক নিহত

জম্মু-কাশ্মীৰৰ গান্দেৰবাল জিলাত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । শ্ৰীনাগা-লেহ ৰাষ্ট্ৰীয় ঘাইপথত এটা সুৰংগৰ নিৰ্মাণস্থলীত অচিনাক্ত সন্ত্ৰাসবাদীৰ গুলীচালনাত এগৰাকী চিকিৎসক আৰু ৬ জন শ্ৰমিক নিহত হয় । এই আক্ৰমণ দেওবাৰে সন্ধিয়া সংঘটিত হয় । কাম শেষ কৰি গুণ্ডত শিবিৰলৈ উভতি অহাৰ সময়তে শ্ৰমিকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি দুই সন্ত্ৰাসবাদীয়ে শ্ৰমিকৰ দলটোক লক্ষ্য কৰি লৈছিল । ফলত ঘটনাস্থলীতে দুজন শ্ৰমিকৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত আন ৪ জন শ্ৰমিক আৰু চিকিৎসকৰ মৃত্যু হয় । নিহতসকলক ডাঃ শ্বাহনৱাজ ফাহিম নাজিৰ, কলিম, মহম্মদ হানিফ, শশী আব্ৰল, অনিল শুক্লা আৰু গুৰমিত সিং বুলি চিনাক্ত কৰা হৈছে ।

এই আক্ৰমণত আন ৫ জন শ্ৰমিকো আহত হয় । নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে আৰু আক্ৰমণকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ।

  • Brahmaputra Times

    Related Posts

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণ কৰি থকা এখন ব্ৰীজ খহি পৰি এজনৰ মৃত্যুৰ লগতে আহত হৈছে বহু লোক। এই ভয়ংকৰ ঘটনা সংঘটিত হয় গুজৰাটত। নিৰ্মীয়মান ব্ৰীজখন খহি পৰাৰ ফলত ধ্বংসস্তূপৰ মাজত…

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব পাৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিক। এই প্ৰতিযোগিতাখন আয়োজনৰ বাবে স্বত্ব বিচাৰি আন্তঃৰ্জাতিক অলিম্পিক সন্থাৰ ওচৰত আবেদন জনাইছে ভাৰতে।প্ৰধানমন্ত্ৰী মোডীৰ সপোন আছে ভাৰতত অলিম্পিক অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    গুজৰাটত ভয়ংকৰ ঘটনা, বুলেট ট্ৰেইনৰ বাবে নিৰ্মাণৰত ব্ৰীজ খহি এজনৰ মৃত্যু

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    ২০৩৬ ত ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক!

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰঃ অমিত শ্বাহ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ