চুইজাৰলেণ্ড বেংকৰ পৰা ২৬০০ কোটি টকা জব্দ! হিণ্ডেনবাৰ্গৰ দাবীত খলকনি আদানী গোষ্ঠীত

বৃহস্পতিবাৰে নিশা চুইজাৰলেণ্ডৰ সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি আমেৰিকাৰ ইকুইটি প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰে যে আদানী গোষ্ঠীৰ সৈতে জড়িত ৩১ কোটি ডলাৰ (প্ৰায় ২৬০০ কোটি টকা) জব্দ কৰা হৈছে।

দেশখনৰ কৰ্তৃপক্ষই ছুইজাৰলেণ্ডৰ ছটা বেংকৰ বিভিন্ন একাউণ্টত এই ধন জব্দ কৰে। ইয়াৰ পিছতে আজি (শুকুৰবাৰে) শ্বেয়াৰ বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰিছে নেকি সেই বিষয়ে সংশ্লিষ্ট মহলে অপেক্ষা কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২১ চনত অবৈধ শ্বেয়াৰ আৰু ধনৰ লেনদেনৰ সৈতে জড়িত তদন্তৰ পিছত চুইজাৰলেণ্ড কৰ্তৃপক্ষৰ তৰফৰ পৰা এই পদক্ষেপ লোৱা হৈছে।

অভিযোগ অনুসৰি গৌতম আদানীৰ উদ্যোগ গোষ্ঠীৰ সৈতে জড়িত এজন ব্যক্তিয়ে ব্ৰিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, মৰিচাছ আৰু বাৰ্মুডাৰ বিত্তীয় প্ৰতিষ্ঠানসমূহত ধন জমা কৰিছিল। সেই কোম্পানীবোৰে প্ৰায় সমগ্ৰ ধন আদানী গ্ৰুপৰ কোম্পানীত বিনিয়োগ কৰিছিল। সেই ব্যক্তিজনৰ একাউণ্ট জব্দ কৰা হৈছে।

Related Posts

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…