অৱশেষত ৰাজহুৱা হ’ল বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন; অস্তিত্ব ৰক্ষা হ’বনে অসমীয়াৰ?

অৱশেষত অসমবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা অসম চুক্তি সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদন ৰাজহুৱা কৰা হ’ল। অসম তথা অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিব বুলি ভাবি থকা এই প্ৰতিবেদনখনত কি আছে থোৰতে জানো আহক

১) ১৪১ পৃষ্ঠাজোৰা বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন প্ৰকাশ

২) আজিৰ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ এই প্ৰতিবেদন

৩) কি আছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত

৪) বিপ্লৱ শৰ্মাৰ কমিটীত লিপিবদ্ধ হৈছে অসমীয়া জাতিৰ ভৱিষ্যত

অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰিছে বিপ্লৱ শৰ্মা কমিটীয়ে

৫) অসমীয়াৰ আচল সংজ্ঞা কি?

৬) অসমৰ ক’লা-সংস্কৃতি আৰু নৃগোষ্ঠীয় সম্প্ৰদায়ৰ সামাজিক নিৰাপত্তাৰ কথা দোহাৰিছে এই প্ৰতিবেদনত

৭) অসমীয়া ভাষা আৰু লিপিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কথাও উল্লেখ

৮) সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত, অসমত প্ৰচলিত ভাষাৰ সুৰক্ষাৰ কথা দোহাৰিছে

৯) CBSEৰ দৰে পাঠ্যক্ৰমত অসমীয়া ভাষা কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি সেই কথাও উল্লেখ

১০) অসমৰ থলুৱা লোকক ৰাজনৈতিকভাৱে শক্তিশালী কৰা কথাও উল্লেখ কৰিছে এই কমিটীয়ে

১১) বিধানসভা আৰু স্থানীয় পৰিষদত কেনেকৈ থলুৱা লোকৰ প্ৰতিনিধিত্বক প্ৰাধান্য দিব পাৰি সেই কথাও উল্লেখ

১১) অসমৰ থলুৱা প্ৰজন্মৰ বাবে চাকৰি সংৰক্ষণৰ কথাও উল্লেখ প্ৰতিবেদনত

১৩) ভূমি সুৰক্ষাৰ ক্ষেত্ৰতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ

১৪) অসমৰ বিভিন্ন অঞ্চলত দখল দি থকা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰা

১৫) চৰকাৰী ভূমি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ কাৰ্য অব্যাহত ৰখা

১৬) ট্ৰাইবেল বেল্টৰ ভূমি দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱাৰ কথা উল্লেখ

১৭) থলুৱা লোকসকলক কেনেকৈ বহিৰাগত আগ্ৰাসনৰ পৰা মুক্ত কৰিব পাৰি সেই কথাও উল্লেখ

১৮) অসমৰ বনজ সম্পদ আৰু বনাঞ্চলৰ ভূমিত মাটি পট্টা দিয়াত কিছু কঠোৰ হৈছে বিপ্লৱ শৰ্মা কমিটীয়ে

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ