পুৰণি পয়ালগা অৱস্থাৰ পৰিৱৰ্তে নতুনত্ব, ৰাজ্যৰ উন্নয়নৰ ছবি শ্বেয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

উজনি অসম ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনি মুকলি কৰিছে৷ তিনিদিনীয়া ভ্ৰমণ সূচীৰ মাজতে আজি মুখ্যমন্ত্ৰী নেতৃত্বাধীন মন্ত্ৰী পৰিষদে বৈঠক অনুষ্ঠিত কৰিব৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিশেষ এখন ফটো শ্বেয়াৰ কৰি পুৰণিৰ পয়ালগা অৱস্থাৰ পৰিৱৰ্তে নতুনত্ব দেখা গৈছে৷ পূৰ্বে লেতেৰা আৱৰ্জনাৰে ভৰি থকা এখন ঠাইত এতিয়া সুন্দৰ আন্তঃগাঁঠনি গঢ়ি উঠিছে৷

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি উত্তৰ লখিমপুৰৰ উন্নয়নৰ কথা ক’ব বিচাৰিছে৷ সুমদিৰি নদীক সজীৱ কৰি তোলাৰ লগতে লিগেচী ৱেষ্টৰ নিষ্কাশনৰ বাবে লোৱা পদক্ষেপৰ কথা ৰাজহুৱা কৰিছে৷
মুখ্যমন্ত্ৰীয়ে কয় ”এয়া লখিমপুৰৰ দৃশ্যাংশ৷ উত্তৰ লখিমপুৰত লিগেচী ৱেষ্টৰ নিষ্কাশনৰ বাবে লোৱা পদক্ষেপে সুমদিৰি নদীক সজীৱ কৰি তোলাই নহয় এই নদীক পুনৰ জীৱন দান কৰিব। এই সমগ্ৰ প্ৰক্ৰিয়াই ১৬ বিঘা ভূমি পুনৰ উদ্ধাৰ কৰাত সহায় কৰিছে। এই ভূমি এতিয়া Urban forest cum Urban Retreat zoneলৈ উন্নীত কৰা হ’ব৷ আৰু ইয়াৰ মূল লক্ষ্য হ’ব পৰিৱেশৰ বহনক্ষমতা। প্ৰায় ৫.৫ একৰ ভূমি সামৰি গঢ়ি তুলিবলগীয়া নগৰীয়া অৰণ্যত মিয়াৱাকি কৌশল ব্যৱহাৰ কৰি ৰোপণ কৰা থলুৱা প্ৰজাতিৰ গছ, খোজকাঢ়িবলৈ আৰু চাইকেল চলোৱাৰ পথ আৰু মৌলিক ৰাজহুৱা সুবিধা, ফুড ক’ৰ্ট আৰু অন্যান্য বিনোদনৰ সুবিধা থাকিব।”

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ