চাকৰিৰ পৰা খেদা খাবলগীয়া আৰক্ষী পৰিদৰ্শক কেইজন কোন কোন? জানক থোৰতে

  • ৰাজ্যৰ ১৭গৰাকী আৰক্ষী পৰিদৰ্শকে হেৰুৱাব পাৰে চাকৰি
  • আটাইকেইগৰাকী বিষয়ালৈ ১০ ছেপ্টেম্বৰত পত্র প্রেৰণ আৰক্ষী মুখ্য কাৰ্যালয়ৰ
  • আৰক্ষী বিষয়া কেইগৰাকী অবৈধভাৱে নিৰ্বাচিত হোৱা অভিযোগ
  • ২০০৮ চনৰ নিযুক্তি তালিকা পুনৰ প্রস্তুতৰ নিৰ্দেশ আদালতৰ
  • লেখ আবেদনৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ভুক্তভোগী
  • ইতিমধ্যে অব্যাহতি দিয়া হৈছে অঞ্জন চৌধুৰী আৰু দীপাংকৰ শইকীয়াক
  • ১৭ গৰাকীৰ তালিকাত আছে ছহিদুল ৰহমান, ভাস্কৰ বৰ্মন, বদ্রী প্রসাদ বাৰুৱাতী
  • হেমেন শৰ্মা, ফাৰুক আহমেদ, অমৰ ঘোষ, নৱজিৎ তালুকদাৰ
  • কামাখ্যা মিশ্র, আমিনুল ইছলাম, শশধৰ কলিতা, ছৰিফুল ৰহমান
  • উদ্দীপ্ত কলিতা, নীলিমা বড়ো, ভনিতা দাস, ৰিংকুমণি কলিতা
  • টুইংকল গোস্বামী, সুনীতা ডেকাৰ নাম তালিকাত অন্তৰ্ভুক্ত
  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…