বৰাকৰ ভয়ংকৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বৰাক উপত্যকাত বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধৰিছে। উপত্যকাৰ বহু ঠাইত সৃষ্টি হোৱা এই প্ৰাকৃতিক দুৰ্যোগে সাধাৰণ জীৱনক বিপৰ্যস্ত কৰি তুলিছে। বৰাক নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বহু এলাকা প্লাৱিত কৰিছে,…
বিজেপিয়ে অগপক এৰি দিব ৰাজ্যসভাৰ এখন আসন
আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিশেষ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ৰাজ্যসভা আৰু বিটিচি নিৰ্বাচনক লৈ আলোচনা কৰা হয়৷ আলোচনাৰ অন্তত…
গৌৰৱৰ ৰাজ অভিষেক, এইখন চৰকাৰে চাৰিজন ঠিকাদাৰক চিনি পায়
আজি অসম কংগ্ৰেছ পৰিয়ালৰ বাবে এটি বিশেষ দিন। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ, গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এই অভিষেক…
দিল্লীত অনুসূচিত জাতিৰ সংগঠনৰ সংবাদমেল, ভুৱা চাকৰিয়াল-১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত দাবী
নতুন দিল্লীঃ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ আৰু সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনীৰ নেতা সঞ্জীৱ দাস, জয়ন্ত দাস, পৱিত্ৰ হাজৰিকা, দ্বিপজ্যোতি দাসৰ নেতৃত্বত দিল্লীলৈ যোৱা এটা সঁজাতি দলে নতুন দিল্লীত…
ৰিপুন বৰাক ৪ ঘণ্টা জেৰা, গৌৰৱ গগৈৰ সৈতে পাকিস্তান গৈছিল দিগন্ত কলিতাই!
গৌৰৱ গগৈৰ তথাকথিত পাকিস্তান সংযোগৰ গোচৰখনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক পৰিস্থিতি তীব্ৰ হৈ পৰিছে। এই গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ বিশেষ অনুসন্ধান দল (SIT)-এ আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন…
বন্দুক দি ফেচিষ্ট চৰকাৰে ৰাজ্য অস্থিৰ কৰিব খুজিছেঃ ড০ গোহাঁই
আজি ৰাজহুৱা কৰ্মী তথা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে নিজকে সুৰক্ষিত কৰিবলৈ খিলঞ্জীয়াক বন্দুকৰ অনুজ্ঞাপত্ৰ দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰে৷ একপ্ৰকাৰ আজি…
ঘোচ লোৱাৰ সময়তে মহিলা আৰক্ষী বিষয়া মমতা বৰ্মনক গ্ৰেপ্তাৰ
দৰমহাৰ টকাৰে পেট নভৰা আন এগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই৷ মহিলা আৰক্ষী বিষয়াক ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি নিবাৰক শাখাৰ দলে৷ গৌৰীপুৰ আৰক্ষী…
হামাচৰ সামৰিক শাখাৰ মুৰব্বী মোহাম্মেদ চিনোৱাৰ নিহত
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিশ্চিত কৰিছে যে গাজাৰ হামাচ নেতা আৰু সংগঠনৰ সামৰিক শাখাৰ মুখ্য কাণ্ডাৰী মোহাম্মেদ চিনোৱাৰ নিহত হৈছে। ছাউথ গাজাৰ এখন লক্ষ্যভেদী ইজৰাইলী বায়ু আক্ৰমণত নিহত হয়৷ হামাচৰ…
গৌৰৱৰ পক্ষত থিয় দি হিমন্ত বিশ্ব শৰ্মাৰ ৰোষত ৰিপুন বৰা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰোষত পৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুন বৰা। যোৰহাটৰ সাংসদ তথা সদ্য নিযুক্ত কংগ্ৰেছ প্ৰদেশ সভাপতিগৌৰৱ গগৈৰ হৈ সদায় সোচ্চাৰ থকা এই…
ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্মভূষণ গ্ৰহণ যতীন গোস্বামীৰ, পদ্মশ্ৰী গ্ৰেহণ ৰেৱকান্ত মহন্ত, গীতা উপাধ্যায়ৰ
অসমৰ দুই সংস্কৃতিক সাধক আৰু এগৰাকী শিক্ষাবিদে কালি অসামৰিক অন্যতম সন্মান পদ্মভূষণ আৰু পদ্মশ্ৰী গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক ঐতিহাসকি অনুষ্ঠানত তিনি সাধকে পদ্মসন্মান গ্ৰহণ কৰিছে৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী…