ধনৰ হিচাপ বাদ দিয়ক! আজি জানি লওক, আম্বানীৰ পৰিয়ালৰ কোনে কিমান পঢ়া…
ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পৰিয়ালৰ সকলোকে হয়তো আপুনিও চিনি পায়। কাৰ ভাগত কিমান সম্পত্তি পৰিছে, সেই হিচাপো হয়তো আপুনি কৰবাত পঢ়িছে। কিন্তু আপুনি জানেনে আম্বানীৰ পৰিয়ালৰ…
ৱায়ানাডৰ পৰিস্থিতি দেখি পিতৃৰ মৃত্যুৰ সময়ৰ অনুভৱৰ কথা কিয় ক’লে ৰাহুল গান্ধীয়ে
ডিজিটেল ডেস্কঃ লোকসভাত বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি কেৰালাৰ ৱায়ানাড জিলাৰ চোৰালমালাত ভূমিস্খলন পীড়িত লোকসকলক সাক্ষাৎ কৰে। ৱায়ানাড সমষ্টিৰ সাংসদ গান্ধীয়ে ভূমিস্খলন প্ৰাণ…
হৈ যাব পাৰে ডাঙৰ বিপদঃ আপুনি কি ৰঙৰ ব্ৰাছেৰে দাঁত ঘহিঁব লাগে, পঢ়ি লওঁক সবিশেষ…
ডিজিটেল ডেস্কঃ জ্যোতিষ শাস্ত্ৰ আপুনি বিশ্বাস কৰক বা নকৰক। জ্যোতিষ শাস্ত্ৰ মতে কাম কৰি বহু লোকে জীৱনত লাভ কৰিছে সফলতা। আজি জানো আহক জ্যোতিষ শাস্ত্ৰৰ মতে, ৰাশি অনুযায়ী আমি কি…
ৰাজ্যবাসীক মাধমাৰ, ব্যক্তিগত খণ্ডৰ আৰ্হিৰে মাচুল ল’ব চৰকাৰী হাস্পতালে
গুৱাহাটীঃ নিত্য বৱহাৰ্য সামগ্ৰী, বিদ্যুৎৰ বিল আদি বৃদ্ধিৰ সময়তে চিকিৎসা ব্যয় বৃদ্ধি কৰি নাগৰিকক ৰামটাঙোন সোধাইছে ৰাজ্য চৰকাৰে৷ চৰ্চা অনুযায়ীয়ে বৃদ্ধি কৰা হ’ল চিকিৎসা ব্যয়৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আৰ্হিৰে ৰাজ্যৰ…
পেৰিছ অলিম্পিকত ভাৰতৰ তৃতীয়টো পদক, এইবাৰ ইতিহাস ৰচিলে স্বপ্নিলে
ডিজিটেল ডেস্কঃ চলি থকা পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হল স্বপ্নিল কুছালে। বৃহস্পতিবাৰে ৫০ মিটাৰ ত্রিস্থানিক ৰাইফল চালনাৰ ফাইনেলত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে স্বপ্নিলে। উল্লেখ্য…
ৰাম মন্দিৰৰ পিছত নতুন সংসদ ভৱনৰ চাদৰ পৰাও সৰিল বৰষুণৰ পানী, তলত বাল্টি পাতি পানী ধৰাৰ চেষ্টা
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ভব্য ৰাম মন্দিৰৰ পিছত এইবাৰ বাৰিষাৰ বৰষুণ ৰোধ কৰাত ব্যৰ্থ হল মোদী চৰকাৰৰ আন এক অভিলাসী প্ৰকল্প নতুন সংসদ ভৱনৰ চাদে। দিল্লীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে…
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপমান, কাৰ্যকাল অন্ত পৰাৰ ২৫ দিন পূৰ্বেই এৰিলে কাৰ্যভাৰ
গুৱাহাটীঃ শিক্ষা ব্যৱস্থাত ৰাজনীতিৰ অনুপ্ৰৱেশক লৈ ব্যাপক চৰ্চা চলি অহাৰ সময়তে শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ননী গোপাল মহন্তক।…
হিমাচল প্ৰদেশত ভয়ঙ্কৰ ডাৱৰ বিস্ফোৰণ, ৩ জনৰ মৃত্যু,অৰ্ধশতাধিক সন্ধানহীন
ডিজিটেল ডেস্ক: প্ৰবল বৰষুণ আৰু বানৰ সংহাৰৰ মাজতে হিমাচল প্ৰদেশত বৃহস্পতিবাৰে সংঘটিত হয় কেইবাটাও ডাৱৰ বিস্ফোৰণৰ ঘটনা। পুৱাৰ ভাগত ৰাজ্যখনৰ কুল্লু, মাণ্ডি আৰু চিমলা জিলাত সংঘটিত ডাৱৰ বিস্ফোৰণত চৰকাৰী তথ্য…
পূজা খেদকাৰক বৰ্খাস্ত UPSCৰ, ভুৱা জাতিগত প্ৰমাণপত্ৰৰে উত্তীৰ্ণ হৈছিল পৰীক্ষাত
বহু বিতৰ্কত আইএএছ পূজা খেদকাৰক বৰ্খাস্ত কৰিছে কেন্দ্ৰীয় লোকসেৱা আয়োগে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ পূজা খেদকাৰক কেৱল বৰ্খাস্ত কৰাই নহয় ভৱিষ্যতৰ সকলো পৰীক্ষাত অৱতীৰ্ণ হোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।…
পেৰিছ অলিম্পিকৰ প্ৰথম মেচত বিজয়ী লাভলীনা
পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত আক্ৰমণাত্মক ৰূপত দেখা গ’ল অসম কন্যা লাভলীনা বৰগোহাঁইক৷ পেৰিছ অলিম্পিকত প্ৰথম দিনটোতে বিজয়ী হৈ যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ আজি শ্ৰেষ্ঠ প্ৰদৰ্শন কৰি উজ্বলি…