আজি জিলা সদৰসমূহ কঁপাব আছুৱে

অসমৰ বজাৰত প্ৰতিকেজি পিঁয়াজ ৮০ৰ পৰা ৯০ টকাকৈ বিক্ৰী হৈছে৷ আলু প্ৰতিকেজি ৪০ৰ পৰা ৫০ টকা, নহৰু প্ৰতিকেজি ৪০০ টকা, আদা প্ৰতিকেজি ৩০০ টকা, গাজৰ প্ৰতি কেজি ১২০ টকাত কিনি…

কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে । এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক…

গৃহমন্ত্ৰী শ্বাহৰ পদত্যাগ দাবী, মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

চুবুৰীয়া ৰাজ্য মণিপুৰত হত্যা-হিংসা বন্ধ কৰাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছে দীঘলীপুখুৰীৰ পাৰত সন্ধিয়া ৫ বজাৰ পৰা মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। শ শ কংগ্ৰেছ কৰ্মীয়ে দীঘলীপুখুৰীৰ পাৰত প্ৰতিবাদ কৰি…

ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

কংগ্ৰেছৰ শত্ৰুসকল অখিলৰ মিত্ৰ, মিঞা মিউজিয়াম বিচৰা শ্বেৰমানক মন্ত্ৰী কৰিব

শেহতীয়াকৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি গৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ বিহালী সমষ্টি এৰি নিদিয়াৰ অচিলাৰে অখিল গগৈয়ে ‘একলা চলৌ’ নীতি অৱলম্বন কৰিছে৷ বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছক…

গুৱাহাটীত ৰঙিয়াৰ চক্ৰ বিষয়া দেৱাশিস বৰঠাকুৰৰ তাণ্ডৱ

ক্ষমতাৰ ৰাগীত উভতগোৰে নচা আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই ফাঁচী বজাৰত শ-শ লোকৰ সন্মুখত কটনৰ ছাত্ৰক প্ৰহাৰ কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰনৌযাওতেই এইবাৰ গুৱাহাটীত এজন এচিএছৰ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহানগৰীত ভঙাগড়ত…

জটিল জিৰিবামৰ পৰিস্থিতি, আৰক্ষীৰ গুলীত নিহত ২০ বছৰীয়া মেইটেই যুৱক

হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি পুনৰ অশান্ত হৈ উঠাত চৌদিশে জুই, গুলী আৰু জনতাৰ ধ্বনি শুনা গৈছে। ১২ নৱেম্বৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰা মণিপুৰত আজি ২০ বছৰীয়া যুৱকৰ বুকু ভেদি গ’ল…

প্ৰচাৰৰ শেষ দিনটোত প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক আক্ৰমণ

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোত এগৰাকী জ্যেষ্ঠ নেতাক শিল নিক্ষেপ কৰি আহত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী তথা এনচিপি শৰদ গোটৰ নেতা অনিল দেশমুখক…

অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

মেইটেই সম্প্ৰদায়ৰ উত্তেজিত জনতাই এইবাৰ বিজেপিৰ মন্ত্ৰী-বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কসকলক ইম্ফলৰ সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কক আৱাসৰ পৰা আতৰাই ৰাখিছে কিয়নো বিগত ২৪ ঘণ্টাত কেবাজনো…

গুৱাহাটীৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসক নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড

কৈশোৰ-শৈশৱৰ পৰাই গীত-নৃত্যৰ সাধনা কৰি ডাঙৰ হোৱা গুৱাহাটীৰ লাচিত নগৰৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন মঞ্চত শাস্ত্রীয়, আধুনিক নৃত্য প্ৰদৰ্শন তথা প্ৰতিযোগিতাত অংশ লৈ উজ্বলি…