জটিল জিৰিবামৰ পৰিস্থিতি, আৰক্ষীৰ গুলীত নিহত ২০ বছৰীয়া মেইটেই যুৱক
হিংসাজৰ্জৰ মণিপুৰৰ পৰিস্থিতি পুনৰ অশান্ত হৈ উঠাত চৌদিশে জুই, গুলী আৰু জনতাৰ ধ্বনি শুনা গৈছে। ১২ নৱেম্বৰৰ পৰা পুনৰ উত্তপ্ত হৈ পৰা মণিপুৰত আজি ২০ বছৰীয়া যুৱকৰ বুকু ভেদি গ’ল…
প্ৰচাৰৰ শেষ দিনটোত প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক আক্ৰমণ
মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোত এগৰাকী জ্যেষ্ঠ নেতাক শিল নিক্ষেপ কৰি আহত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী তথা এনচিপি শৰদ গোটৰ নেতা অনিল দেশমুখক…
অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা
মেইটেই সম্প্ৰদায়ৰ উত্তেজিত জনতাই এইবাৰ বিজেপিৰ মন্ত্ৰী-বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কসকলক ইম্ফলৰ সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে৷ বিজেপিৰ মন্ত্ৰী-বিধায়কক আৱাসৰ পৰা আতৰাই ৰাখিছে কিয়নো বিগত ২৪ ঘণ্টাত কেবাজনো…
গুৱাহাটীৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসক নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড
কৈশোৰ-শৈশৱৰ পৰাই গীত-নৃত্যৰ সাধনা কৰি ডাঙৰ হোৱা গুৱাহাটীৰ লাচিত নগৰৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন মঞ্চত শাস্ত্রীয়, আধুনিক নৃত্য প্ৰদৰ্শন তথা প্ৰতিযোগিতাত অংশ লৈ উজ্বলি…
বিটিআৰৰ ওদালগুৰিত উভৈনদী অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ, সকীয়নি সঞ্জীৱ দাসৰ
অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে বিটিআৰৰ ওদালগুৰি জিলাত অনুসূচিত জাতিৰ নামত বহু লোকে ভুৱা প্ৰমাণপত্ৰ উলিয়াই সুবিধা গ্ৰহণ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে কেন্দ্ৰীয়…
জ্বলিছে মণিপুৰঃ বিধায়কৰ ঘৰ আক্ৰমণ আন্দোলনকাৰীৰ…
মণিপুৰৰ ৰাজধানী ইম্ফলত সোমবাৰৰ পৰা জিৰিবামত সন্ধানহীন হৈ থকা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ পিছত শনিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফল পূব, ইম্ফল পশ্চিম আৰু বিষ্ণুপুৰ জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন…
গুণ্ডা প্ৰকৃতিৰ অ’চি ভাৰ্গৱ বৰবৰাই ২০১৫ত জনজাতীয় যুৱকক হত্যা কৰিছিল!
কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক বৰ্বৰভাৱে প্ৰহাৰ কৰি পাণ বজাৰ আৰক্ষী থানাৰ পৰা খেদা খোৱা ভাৰ্গৱ বৰবৰাৰ কুকীৰ্তি পোহৰলৈ আহিব ধৰিছে৷ ৩০ অক্টোবৰত দীঘলীপুখুৰীৰপাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা জ্যেষ্ঠ নাগৰিক,…
ইছৰোৰ বিশেষ পদক্ষেপ: বিমানতো যাত্ৰীয়ে লাভ কৰিব ইণ্টাৰনেট সেৱা…
বিমানৰ ভিতৰতো সকলো যাত্ৰীয়ে ইচ্ছানুসৰি মোবাইলৰ সেৱা গ্ৰহণ কৰিব পাৰিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে প্ৰকাশ কৰা মতে আন এক নতুন প্ৰকল্প হাতত লৈছে। ইছৰোৱে এইবাৰ স্পেছএক্সৰ ফ্যেলকন-৯ ৰকেট…
অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ বৃদ্ধি, জ্ঞানদীপ কাণ্ডৰ পাছতে ৰাষ্ট্ৰপতি-আয়োগক স্মাৰক
কটনৰ ছাত্ৰ জ্ঞানদীপ হাজৰিকাক পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ পাছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অসমত অনুসূচিত জাতিৰ লোকৰ ওপৰত আক্ৰমণ…
ৰাজ্যজুৰি প্ৰেছ দিৱস পালন
অসমত উজনি-নামনিত বিভিন্ন জিলাৰ প্ৰশাসনৰ উদ্যোগত প্ৰেছ দিৱস পালন কৰা হয়৷ দেশৰ সাংবাদিকসকলৰ স্বাধীনতাক সুনিশ্চিত তথা সুস্থ কৰি ৰাখিবলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ দায়িত্বশীল…