স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ, শীঘ্ৰে বন্ধ হ’ব ৰাজ্যৰ এখন চিকিৎসা মহাবিদ্যালয়

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নতি হোৱা বুলি দাবী কৰি আহিছে যদিও শেহতীয়া এক খবৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে৷ এখন চিকিৎসা মহাবিদ্যালয়…

জাতীয়তাবাদী, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন অসুস্থ

জাতীয়তাবাদী, জাতিৰ বিপদকালত জাতিটোৰ কাষত বটবৃক্ষ হৈ থিয় দিয়া হাইদৰ হুছেইন অসুস্থ৷ বিশিষ্ট সাংবাদিক তথা জাতিৰ হৈ ওকালতি কৰা হাইদৰ হুছেইন কেইবাটাও দিন ধৰি গুৰুতবভাবে অসুস্থ হৈ পৰিছে৷ পৰিয়ালে গুৱাহাটী…

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

আজি দিল্লীলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও সমস্যাৰ কথা অৱগত কৰোৱা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ বানপানীৰ বাবে সাহায্যৰ কথাটোও…

অনুসূচিত জাতিৰ লোকক প্ৰেছাৰ কুকাৰ-টিভি-পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটিৰ দুৰ্নীতি

ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পিছপৰা আৰু আৰ্থিকভাবে দুৰ্বল অনুসূচিত জাতিৰ লোকসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে৷ কিন্তু আঁচনিসমূহ ৰূপায়নৰ পাছতো অনুসূচিত জাতিৰ লোকসকল লাভৱান হ’ব পৰা নাই৷ এই…

নাচ-গান নহয়, লাহোৱালৰ ছাত্ৰ-ছাত্ৰীক Ethical Hackingক লৈ প্ৰশিক্ষণ যুৱ-ছাত্ৰ পৰিষদৰ

চাইবাৰ অপৰাধীয়ে বহু মানুহক দেউলীয়া কৰিছে৷ অজ্ঞাতে চাইবাৰ অপৰাধীয়ে বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰি বহু লোকক দেউলীয়া কৰিছে৷ ডিপ ফেক ফটো-ভিডিঅ’ যোগে মানুহক বদনাম কৰা হয়৷ সামাজিক মাধ্যমৰ একাউণ্ট,…

কাৱাড় যাত্ৰাৰ সময়ত দোকানীৰ নাম ৰাজহুৱা কৰিব নালাগে, উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ

পবিত্ৰ কাৱাড় যাত্ৰাক লৈ কেইবাখনো চৰকাৰে দিয়া এক নিৰ্দেশে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ উত্তৰ প্ৰদেশৰ মোজফ্ফৰনগৰৰ মাজেৰে পাৰ হৈ যাবলগীয়া কাৱাড় যাত্ৰাৰ সময়ত পথৰ দাঁতিৰ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আৰু…

২৫ বছৰীয়া চিত্ৰশিল্পী দেৱাশ্ৰীক বেষ্ট ফিমেল আৰ্টিছ অফ দ্যা ইয়েৰ সন্মান

শোণিতপুৰ জিলাৰ তেজপুৰৰ ২৫ বছৰীয়া প্ৰতিভাৱান চিত্ৰশিল্পী দেৱাশ্ৰী তামুলিক প্ৰদান কৰা হৈছে বিশেষ সন্মান। দেৱাশ্ৰী তামুলিক তেজপুৰৰ মাজগাঁৱৰ জোনাক প’ল ইনিচিয়েটিভ প্ৰাগজ্যোতিষাই নৰ্থ ইষ্ট প্ৰাইড এৱাৰ্ড ফৰ বেষ্ট ফিমেল আৰ্টিছ…

সৰ্বানন্দ সোণোৱাল চৰকাৰে শেষবাৰৰ বাবে প্ৰদান কৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা

শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া জাতি- জাতিৰ সাহিত্য-সংস্কৃতি গঢ়োতা৷ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত কৰিছিল। সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগতগুৰু৷ শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাধাৰা অবিহনে…

জীৱনে দিয়া এই ১০টা শিক্ষাই আপোনাক উপকৃত কৰিব

সততে সামাজিক মাধ্যমত বহু কথাই ভাইৰেল হয়৷ বহু লোকে জীৱনৰ ঘাট-প্ৰতিঘাট নেওচি সফলতা লাভ কৰে৷ তেনে লোকে জীৱনত কেনেদৰে সফলতা লাভ কৰিছে সেই কথা আনৰ সৈতে শ্বেয়াৰ কৰে৷ তেনে এটা…

‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’! শীঘ্ৰে আহোম জনগোষ্ঠী-উজনিৰ বাবে আহিব ভাল খবৰ

‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ হিচাপে স্বীকৃতি লাভ কৰিব পাৰে চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰই৷ ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিক এইক্ষেত্ৰত আৰ্জি দিয়াৰ পাছতে চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰই ‘বিশ্ব ঐতিহ্য…