চতুৰ্থ পত্নীৰ ঘৰত উদ্ধাৰ গুৱাহাটীৰ ব্যৱসায়ীৰ মৃতদেহ, গুৰুতৰ অভিযোগ তৃতীয় পত্নীৰ

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত এগৰাকী ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কুমাৰ ইঞ্জিনীয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱৰ মৃতদেহ নুনমাটি বাসগৃহত ৰহস্যজনক অৱস্থা আজি উদ্ধাৰ হৈছে৷ ব্যৱসায়ীজনৰ…

১০ লক্ষ টকা লুটি নিয়া অভিযুক্তক এনকাউণ্টাৰ! গুলীবিদ্ধ হামিদে জাঁপ দিছিল পাগলাদিয়াত

অসম আৰক্ষীৰ এনকাউণ্টাৰ বিৰুদ্ধে ন্যায়ালয় কঠোৰ হোৱাৰ সময়তে আজিও ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰ৷ এইবাৰ দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰ কৰিছে ৰাজ্যৰ আৰক্ষীয়ে৷ নলবাৰী আৰক্ষীয়ে ডকাইতি কাণ্ডৰ অভিযুক্ত হামিদ আলীক এনকাউণ্টাৰ কৰা বুলি…

অগ্নিগৰ্ভা বাংলাদেশৰ পৰা উভতি আহিল ভাৰতীয় ছাত্ৰ, প্ৰতিবাদকাৰীৰ সপক্ষে ৰায়

হিংসাজৰ্জৰিত বাংলাদেশৰ পৰা উভতি আহিছে ভাৰতীয় ছাত্ৰৰ দল৷ বাংলাদেশৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত ছাত্ৰসকলে ভাৰতীয় দূতাবাদৰ সহায়ত স্বদেশলৈ উভতি আহিছে৷ ত্ৰিপুৰাৰ বাংলাদেশ সীমান্ত আৰু পশ্চিমবংগৰ বাংলাদেশ সীমান্তলৈ অনা হৈছে ছাত্ৰ-ছাত্ৰীক৷ তাৰ…

ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি নিযুক্তি

দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতিৰ নাম ঘোষণা কৰিছে৷ পূৰ্বৰ চৰ্চা মতেই প্ৰাক্তন এবিভিপিৰ নেতা ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ…

মধ্য অসমত সাৰৰ ক’লা বজাৰ চলোৱা বিভূতি বৰাৰ আত্মগোপন

কৃষকৰ সাৰ ক’লা বজাৰত বিক্ৰী কৰি পাপ কৰা বিভূতি বৰাই আত্মগোপন কৰিছে৷ গোপন স্থানত আত্মগোপন কৰি আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভৰ প্ৰয়াস কৰি গৈছে বিভূতি বৰাই৷ ইতিমধ্যে গুৱাহাটীৰ এজন অধিবক্তাৰ…

ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা

ডিব্ৰুগড় জিলাৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক নিজ ঘৰতে কেইবাটাও জাতীয় সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ৩ বজাত কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি ড০ দয়ানন্দ শ্বাহৰ ঘৰত…

বিটিআৰত পুনৰ অস্ত্ৰৰ ঝনঝননি, অস্ত্ৰ উদ্ধাৰ

বিটিআৰত পুনৰ আৰম্ভ হৈছে অস্ত্ৰৰ ঝনঝননি৷ বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতে পুনৰ অস্ত্ৰৰ সঞ্চালনা আৰম্ভ হোৱাৰ অভিযোগৰ মাজতে বিটিআৰত বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈছে৷ জানিব পৰা মতে, বিটিআৰৰ…

ভৱেশ কলিতাৰ ব্যৱসায়ীক সংগী ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পতাৰ যো-জা!

কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বিজেপিত সকলো ঠিকেই নাই৷ বিজেপিত এতিয়া এটা পদবীক লৈ চলিছে খোৱা-কামোৰা৷ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক পদৰ পৰা আতৰোৱাৰ পাছতে নতুন সভাপতি নিয়োগ কৰিবলৈ…

হাবি জংঘলৰ মাজত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

দিছপুৰৰ জনতাভৱনৰ সন্মুখভাগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অনাদৰ কৰা হৈছে৷ হাবি-জংঘলৰ মাজত দেখা গৈছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি৷ একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, ব্যংগ লেখক, সমালোচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক এনেদৰে…

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান…