ড০ দয়ানন্দ শ্বাহক জাতীয় সংগঠনৰ সম্বৰ্ধনা

ডিব্ৰুগড় জিলাৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বিশিষ্ট সামজকৰ্মী ড০ দয়ানন্দ শ্বাহক নিজ ঘৰতে কেইবাটাও জাতীয় সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে৷ দিনৰ প্ৰায় ৩ বজাত কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধি ড০ দয়ানন্দ শ্বাহৰ ঘৰত…

বিটিআৰত পুনৰ অস্ত্ৰৰ ঝনঝননি, অস্ত্ৰ উদ্ধাৰ

বিটিআৰত পুনৰ আৰম্ভ হৈছে অস্ত্ৰৰ ঝনঝননি৷ বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতে পুনৰ অস্ত্ৰৰ সঞ্চালনা আৰম্ভ হোৱাৰ অভিযোগৰ মাজতে বিটিআৰত বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈছে৷ জানিব পৰা মতে, বিটিআৰৰ…

ভৱেশ কলিতাৰ ব্যৱসায়ীক সংগী ৰাকেশ দাসক যুৱ মৰ্চাৰ সভাপতি পতাৰ যো-জা!

কেন্দ্ৰ আৰু ৰাজ্যৰ শাসকীয় দল বিজেপিত সকলো ঠিকেই নাই৷ বিজেপিত এতিয়া এটা পদবীক লৈ চলিছে খোৱা-কামোৰা৷ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক পদৰ পৰা আতৰোৱাৰ পাছতে নতুন সভাপতি নিয়োগ কৰিবলৈ…

হাবি জংঘলৰ মাজত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

দিছপুৰৰ জনতাভৱনৰ সন্মুখভাগত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা অনাদৰ কৰা হৈছে৷ হাবি-জংঘলৰ মাজত দেখা গৈছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি৷ একেধাৰে গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, কবি, ব্যংগ লেখক, সমালোচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক এনেদৰে…

ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান…